← ফুৰি যাওক

চৰকাৰ

carakāra

অৰ্থ

1.

গবৰ্ণমেণ্ট; প্ৰশাসন; বিণ. চৰকাৰী, ছৰকাৰী ৰাজকীয়; গবৰ্ণমেণ্টৰ; জনসাধাৰণৰ।

বি.

সমাৰ্থক শব্দ

2.

গভৰ্ণমেণ্ট

government

বি.

সমাৰ্থক শব্দ

3.

(প্ৰাচীন অৰ্থত) দেশৰ ভাগ-বিশেষ; যেনে-"চৰ্কাৰ কামৰূপ"

a division of a country

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চৰকাৰ · অসমীয়া অভিধান