← ফুৰি যাওক

চৰ্

car

অৰ্থ

1.

ঘাঁহ খাই ফুৰ্

to graze

অক. ধা.

2.

ঢেঁকী বা উৰালত চাউল নিকা কৰ্; কাঁড়্

to clean as grain

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চৰ্ · অসমীয়া অভিধান