চম্ভাল্
cambhāl
অৰ্থ
1.
দমন কৰ্; বশ কৰ্; সাবধান বা অধীনত ৰাখি কাম কৰ্
to control; to check
সক. ধা.
2.
দৱঢ়ভাবে সহ্য কৰ্
to stand or resist firmly
সক. ধা.
3.
সমাধা কৰ্; চলা; . কৱদ
to perform; to manage
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ