← ফুৰি যাওক

চমকিত

camakita

অৰ্থ

1.

ভয় পোবা; ভীত; যেনে-"সাগৰত স্নানি পুনু পশিলা তূণত। চমকিত ভৈল পাছে পাঞ্চৰো মনত" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)

frightened; startled

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চমকিত · অসমীয়া অভিধান