← ফুৰি যাওক

চমকা

camakā

অৰ্থ

1.

পাঁচোটা আঙুলি মেলি ঢুকি পোবা হাতৰ ভিতৰত ধৰি ৰাখিব পৰা বস্ত্তৰ পৰিমাণ; পৰিমাণ বা জোখৰ বস্ত্ত; যেনে-"খেতি কৰিবলৈ মাটি এচমকাও নাই; গুৰ এচমকা!"

the measure of the hand with the fingers extended

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চমকা · অসমীয়া অভিধান