← ফুৰি যাওক

চন্দ্ৰকান্ত

candrakānta

অৰ্থ

1.

চন্দ্ৰৰ ৰশ্মিৰপৰা হোবা বুলি খ্যাত এবিধ কাল্পনিক মণি [চন্দ্ৰৰ কিৰণত ইয়াৰ সৌন্দৰ্য্য বাঢ়ে।]

a fabulous gem; the moon stone

বি.

2.

চন্দন কাঠ

the sandal wood

বি.

3.

বগা ভেঁট

the white water lily

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চন্দ্ৰকান্ত · অসমীয়া অভিধান