← ফুৰি যাওক

ছন

chana

অৰ্থ

1.

বছৰ

year

বি.

সমাৰ্থক শব্দ

2.

লোকৰ সমাগম নথকা মুকলি ঠাই; খেতি নকৰা মাটি

an unfrequented open place; waste land

বি.

3.

খেতি নকৰাকৈ পৰি থকা; পতিত

waste; lying fallow

বিণ.

4.

উচ্ছন্ন; নষ্ট; যেনে-"লঙ্কা হুন কৰিবন্ত নাহিকয় বাধ" (মা. ক., লঙ্কাকাণ্ড)

destroyed

বি.

5.

চন।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছন · অসমীয়া অভিধান