← ফুৰি যাওক

চত্বতীয়া

catbatīẏā

অৰ্থ

1.

অস্হিৰ; চঞ্চল; অশান্ত; যেনে-"ল'ৰাটো বৰ চত্বতীয়া"

unsteady; fidgety

বিণ.

2.

ঠিক নকৰাকৈ কোবা; সঁচা-মিছা ঠিক নকৰাকৈ কোবা; যেনে-"চত্বতীয়া কথা ভাল নহয়"

spoken without any regard to truth

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চত্বতীয়া · অসমীয়া অভিধান