চড়া
caṛā
অৰ্থ
1.
ওপৰত পিন্ধ্ বা ল; যেনে-"হাতে ধনুকাণ্ড গাবে সন্নাহ চড়াইল" (দশম)
to put on; to don
সক. ধা.
2.
অতিক্ৰম কৰ্; এৰ্; পাৰ হ; যেনে-"চড়াই তাৰ কূল। পাইলন্ত গোকূল" (গুণমালা)
to pass over
সক. ধা.
3.
ওপৰলৈ তোল্; যেনে-"গেণ্ডুবা চড়াই" (বৰগীত)।
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ