চটিয়া
caṭiẏā
অৰ্থ
1.
কেতিয়া কৰোঁ কেতিয়া কৰোঁ বুলি অস্হিৰ হ; উচট্; যেনে-"কাম নহ'লে কৰ্ম্মীসকলৰ গা চটিয়ায়"
to be restless or to be incited
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ