← ফুৰি যাওক

চটাই

caṭāi

অৰ্থ

1.

বাঁহৰ কামী বা কাঠীৰে বোবা বেৰ বা আবৰণ; যেনে -"দলঙৰ ওপৰত চটাই পাৰি দিছে"

a mat made of stout split bamboo

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চটাই · অসমীয়া অভিধান