← ফুৰি যাওক

চটপ্ চটপ্

caṭap, caṭap

অৰ্থ

1.

চেপেটা বস্ত্তৰে কোবালে উঠা শব্দ

an imitative word used to express the sound produced when anything is beaten with a flat thing like leather

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চটপ্ চটপ্ · অসমীয়া অভিধান