← ফুৰি যাওক

চটক

caṭaka

অৰ্থ

1.

ঘৰচিৰিকা

a sparrow

বি.

2.

চকোবা চৰাই; যেনে-"ৰৌমাছে দিলন্ত চটকৰ কাকবলি" (মা.ক., অৰণ্য-কাণ্ড)।

বি.

3.

চক্মকনি; যেনে-"বিজুলী-চটক যেন অথিৰ সংসাৰ" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ