← ফুৰি যাওক

চট

caṭa

অৰ্থ

1.

মৰাপাটেৰে বোবা এবিধ ঢৰীয়া কাপোৰ

a kind of coarse cloth made from jute; sack-cloth; Hessian cloth

বি.

2.

অলপ পানীত তল গৈ থকা বালিৰ গৰা

a sandbank under shallow water

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চট · অসমীয়া অভিধান