চঁছালি
cam̐chāli
অৰ্থ
1.
চঁচা কামী জৰীৰে গুঁঠি কৰা আসন, বেৰ, চাল আদি
long strips of bamboo strung together, to use as a wall covering etc.
বি.
2.
গোটা বাঁহ আদি সৰু সৰুকৈ ফালি কৰা চটা।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ