চঁচা
cam̐cā
অৰ্থ
1.
আনক চাঁচিবলৈ দি; আনৰ হতুবাই অস্ত্ৰেৰে নিমজ বা পৰিষ্কাৰ কৰা
to cause to be smoothed
সক. ধা.
2.
চঁচা কাৰ্য্য
act of smoothing
সক. ধা.
3.
অস্ত্ৰেৰে চাঁচি নিমজ কৰা
made smooth by scraping
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ