← ফুৰি যাওক

চক্ৰবাত

cakrabāta

অৰ্থ

1.

ঘূৰণী বতাহ; বা-মৰলী

whirlwind; a cyclone

বি.

2.

বা-মৰলী দি তাৰ মাজতে কৱষ্ণক হৰি নিয়া দৈত্য; তৱণাবৰ্ত্ত

the name of a demon

বি.

3.

মালযুঁজত এজন মালে আনজনক হাতেৰে মেৰিয়াই ধৰা কাৰ্য্য; যেনে-"চক্ৰবাত-বান্ধে বান্ধি অঙ্গদে পৰিল" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চক্ৰবাত · অসমীয়া অভিধান