চক্ৰ-বাণ
cakra-bāṇa
অৰ্থ
1.
আগৰ কালৰ ব্যবহৱত হোবা বুলি লোকে কোবা এবিধ শৰ [যি ঘুৰি ঘুৰি চাৰিওফালে থকা শত্ৰুক বধ কৰিছিল
a fabulous arrow said to have been used in ancient time which when shot used to kill the enemy all around
বি.
2.
য-খাৰ, গন্ধক আদি ভৰোবা এটা চাক [তাক এডাল মাৰিৰ মূৰত বান্ধি তাত জুই লগাই দিলে সি ঘুৰি ঘুৰি চাৰিওফালে জুই বৰষে।]
a kind of fire-work consisting of a wheel filled with explosives and fixed on the upper end of a stick, which when ignited revolves on the stick and scatters fire all around
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ