চকা
cakā
অৰ্থ
1.
পদুমৰ গুটিৰ আধাৰ বা ভঁৰাল
the seed vessel of the lotus
বি.
2.
আঙঠি আদিৰ বাখৰ পতা ঘূৰণীয়া ঠাই
that circular part of a ring, etc., where the stone is set; the bezel
বি.
3.
জিভাৰে সোবাদ লোবা; সোবাদ ল'বলৈ দি
to cause to taste
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ