চকলা
cakalā
অৰ্থ
1.
ঘূৰণীয়া বা প্ৰায় ঘূৰণীয়া চেপেটা আৰু পাতল স্বাভাবিক বা গঢ়া বস্ত্ত; যেনে-"কৰ্দ্দৈৰ চকলা পাত। ৰূপৰে চকলা নেপালে মানে পইছাত নিদিম ঐ হাত"
a round or nearly round thin and flat thing
বি.
2.
চেপেটা আৰু ঘূৰণীয়া বা প্ৰায় ঘূৰণীয়া; চকলীয়া
flat and round
বিণ.
3.
সাপৰ মোট
the slough of a snake
বি.
4.
হাবি পোৰাৰ পাছত গজা গজালি
the new shoots of a burnt forest
বি.
5.
মাহ আদি শস্যৰ চোকোৰা
the thin outer covering of pulse, etc.
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ