← ফুৰি যাওক

আঙ্কিক

অৰ্থ

1.

দ্বৈত বা যুগ্মক সংখ্যা ০ আৰু ১ প্ৰকাশ কৰা নিৰ্দ্দিষ্ট বৈদ্যুতিন বা আলোকীয় সংকেতৰ জৰিয়তে বাৰ্তা বা তথ্য সঞ্চয়, বিশ্লেষণ আৰু প্ৰেৰণ কৰা এক পদ্ধতি৷

Describes a method of storing, processing and transmitting information through the use of distinct electronic or optical pulses that represent the binary digits 0 and 1. Digital transmission/switching technologies employ a sequence of discrete, distinct pulses to represent information, as opposed to the continuously variable analog signal. DS-0, DS-1.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঙ্কিক · অসমীয়া অভিধান