চঁক খা
অৰ্থ
1.
অকস্মাৎ ভয় পা; চঁক্; উচাপ খা
to be suddenly frightened
2.
ভয় খাই এফলীয়া কাট্ বা লৰ মাৰিব খোজ্
to shy; to start as horse from fear
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
অকস্মাৎ ভয় পা; চঁক্; উচাপ খা
to be suddenly frightened
ভয় খাই এফলীয়া কাট্ বা লৰ মাৰিব খোজ্
to shy; to start as horse from fear
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ