← ফুৰি যাওক

চঁক্

অৰ্থ

1.

অকস্মাৎ ভয় পা; উচাপ খা; চঁক খা

to be suddenly frightened

অক. ধা.

2.

দুখ পাই শক্তিহীন বা বাঢ়িব নোবৰা হ; যেনে-"গছৰ পুলিটো লৰাই ৰোবাত চঁকিল"

to become weak and lose power of growth

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ