← ফুৰি যাওক

চ

ca

অৰ্থ

1.

ব্যঞ্জন বৰ্ণৰ ষষ্ঠ আখৰ

the sixth letter of the consonants

2.

ছিৰলী পাতেৰে এবিধ ওখ-ডাঙৰ আওকাঠী গছ [ই খৰালি পাত সৰি টকলা হয়; চাহবাগিচাত ফলে চাহ গছৰ শ্ৰী বৱদ্ধি হয়।]

a kind of forest tree; Albizza stipulate

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চ · অসমীয়া অভিধান