ঘোষা
ghoṣā
অৰ্থ
1.
ধ্ৰুব; ধুৰা; ওজাই লগাই দিয়াৰ পাছত পালিবিলাকে একে লগে গোবা গীত বা পদ্যৰ অংশ
a song or verse (generally religious) sung in chorus
বি.
2.
"নাম-ঘোষা"; মাধবদেবে লিখা এখন মহাপুৰুষীয়া ধৰ্ম্ম-পুথি
a name of a religious book written by Madhavadeva
বি.
3.
"নামঘোষা"ৰ অন্তৰ্গত একোটি কুট।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ