ঘোষ্
ghoṣ
অৰ্থ
1.
লোকক শুনাই প্ৰকাশ কৰ্
to proclaim
সক. ধা.
2.
গান কৰ্; নাম গা; যেনে-"কেশব শিব শিব ঘুষিয়ো সদায়" (কীৰ্ত্তন)
to sing or chant
সক. ধা.
3.
শব্দ; ধ্বনি; যেনে-"গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন" (বৰগীত)
sound; voice
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ