← ফুৰি যাওক

ঘোল

ghola

অৰ্থ

1.

পানী বা জুলীয়া বস্ত্তত মিহলোবা বা মথা পাতল বোকাৰ নিচিনা বস্ত্ত; লেউ-লেবা বস্ত্ত

something like thin mud or jelly

বি.

2.

সত্যনাৰায়ণ-সবাহত দিয়া পঞ্চামৱত মিহলাই কৰা এবিধ জুলীয়া খাদ্য

a liquid or jelly-like, sweet food prepared by mixing up milk, sugar, etc.

বি.

3.

মাখন তোলা গাখীৰ; গাখীৰ মথি মাখন লোবাৰ পাছত যিভাগ গাখীৰ থাকে

butter-milk

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘোল · অসমীয়া অভিধান