← ফুৰি যাওক

ঘোল্

ghol

অৰ্থ

1.

খঁচি বা সানি বোকাৰ নিচিনা বা লেউলেবা কৰ্

to reduce to the consistency of mud or jelly

সক. ধা.

2.

সমূলি নষ্ট কৰ্; বিচাৰি বিচাৰি ধ্বংস কৰ্

to devastate; to desolate

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘোল্ · অসমীয়া অভিধান