← ফুৰি যাওক

ঘোঁৰা

ghom̐rā

অৰ্থ

1.

অশ্ব; ঘোটক

a horse; a pony

বি.

2.

হিলৈৰ টুপী ফুটুবাই জুই তোলা হাঁতুৰী

the hammer of a gun

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ