← ফুৰি যাওক

ঘঁকেটাল্

gham̐keṭāl

অৰ্থ

1.

কোনো কথা খঁচৰি বা ঘনে সোধ্; কোনো তুচ্ছ কাম ঘনে ঘনে কৰ্-"একেটা কাম বা কথাকেনো কিমান ঘেঁকেটালি থাক"

to ask about or do the same thing repeatedly to the extent of causing annoyance to others

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘঁকেটাল্ · অসমীয়া অভিধান