ঐতিহাসিক উপন্যাস
অৰ্থ
1.
অতীতত সংঘটিত হোৱা পৰিঘটনাক চিত্ৰিত কৰা সাহিত্যিক ধাৰা৷ ইয়াত সময়কালৰ সামাজিক নীতি-নিয়ম, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু পৰম্পৰাক প্ৰামাণ্যতাৰ বাবে সঠিকভাৱে চিত্ৰিত কৰিবলৈ চেষ্টা কৰা হয়৷
a literary genre that portrays events that occurred in the past. It strives to accurately depict the time period`s social norms, customs, manners, and traditions for authenticity.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ