← ফুৰি যাওক

কেলপণীয়া

অৰ্থ

1.

অইনৰ অধীন বা লোকৰ সহায় সহযোগত জীয়াই থকা৷

Unable to exist without support from something else.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

লেখত ল`ব নলগীয়া ।

Not significant or important enough to be worth considering.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেলপণীয়া · অসমীয়া অভিধান