← ফুৰি যাওক

লোকপ্ৰিয়তা

অৰ্থ

1.

কোনো ৰাজনৈতিক নেতা, বোলছবি অভিনেতা আদিক জনসাধাৰণে কিমান ভাল পায় তাৰ মাত্ৰা

The degree of fondness public have towards a political leader, cine star or the like

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লোকপ্ৰিয়তা · অসমীয়া অভিধান