← ফুৰি যাওক

কোৱা-মেলা

অৰ্থ

1.

কোনো বিষয় সম্পৰ্কে গভীৰভাৱে পতা কথা-বতৰা

the process of talking seriously about sth

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

দুজনৰ মাজত ইজনে সিজনৰ সৈতে পতা কথা

the act of talking with one another interactively

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোৱা-মেলা · অসমীয়া অভিধান