← ফুৰি যাওক

ধাৰণী

অৰ্থ

1.

মৰাপাট অথবা আন কোনো আঁহেৰে নিৰ্মিত সৰু জৰী ।

A lightweight cord usually made of fiber, used for fastening, tying, or lacing.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

মৰাপাট, ভাং বা আন গছৰ আঁহ অথবা প্লাষ্টিক, ধাতু আদিৰে তৈয়াৰী, শক্তিশালী আৰু ডাঠ, দীঘল, পকোৱা সূতা সদৃশ বস্তু

a strong, thick line commonly one composed of twisted or braided strands of hemp, flax, or the like, or of wire or other material.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

3.

হৃদপিণ্ডৰ পৰা শৰীৰৰ আনবোৰ অংশলৈ তেজ কঢ়িয়াই নিয়া নলী

a blood vessel that conveys blood from the heart to any part of the body

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধাৰণী · অসমীয়া অভিধান