← ফুৰি যাওক

দলভ

অৰ্থ

1.

ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।

A transgression of a religious or moral law, especially when deliberate.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

যান-বাহন আৰু যন্ত্ৰ-পাতিত থকা এডাল ধূৰাক কেন্দ্ৰ কৰি ঘূৰা বৃত্তাকাৰ থালি৷

a circular frame or disk arranged to revolve on an axis, as on or in vehicles or machinery.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ