← ফুৰি যাওক

ঘুগুলা

ghugulā

অৰ্থ

1.

কোনো শস্য বা বস্ত্ত মাৰিলে, খঁচিলে বা খুন্দিলে তাৰপৰা ভাগি-ছিগি গুৰি হৈ ওলোবা জাবৰ

the crumbled pieces of anything; trash

বি.

2.

ভাগি-ছিগি গুৰি হোবা

crumbled; reduced to trash

বিণ.

3.

অতি জীৰ্ণ; ক্ষীণ

worn out; emaciated

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘুগুলা · অসমীয়া অভিধান