← ফুৰি যাওক

ঘিলা

ghilā

অৰ্থ

1.

বহুত গছ জুৰি বগোবা এবিধ বৰ ডাঙৰ বনৰীয়া লতা আৰু তাৰ গুটি [বৰ দীঘল ফাঁক মেলি ইয়াৰ চেপেটা ছেঁই ধৰে আৰু তাৰ ভিতৰত চেপেটা আৰু ঘূৰণীয়া গুটি হয়; এই গুটিৰ ভিতৰৰ মঙহেৰে মাইকী মানুহে মূৰ ধোবে; গুটিবোৰেৰে ল'ৰাই ধেমালি কৰে; কেতিয়াবা তাৰ ঠাৰি তামোলৰ লগত খায়।]

a kind of gigantic wild creeper and its round flat seeds; Entada scandens

বি.

2.

চক্ৰ

a wheel

বি.

3.

আঁঠুৰ গাঁঠিৰ আগফালে থকা চেপেটা ঘূৰণীয়া হাড়

kneecap

বি.

4.

চৰাইৰ আমঠু

a bird's crop

বি.

5.

ঘিলাৰ আকৱতিৰ আন বস্ত্ত; যেনে-"কাঠৰ ষঁতৰৰ ঘিলা; তাঁতৰ নাকী-জৰীৰ ঘিলা"

anything of the shape of a disc

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘিলা · অসমীয়া অভিধান