← ফুৰি যাওক

দ্যোতনা

অৰ্থ

1.

অসামান্য বা প্ৰণিধানযোগ্য হোৱা গুণ

the quality of being important and worthy of note

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

পৰস্পৰ দোষ দিয়া; এজনে আনজনক দোষ দিয়া কাৰ্য্য

the act of implicating one another

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দ্যোতনা · অসমীয়া অভিধান