তষ্টা
অৰ্থ
1.
কাঠৰ চকী, মেজ, আচবাব আদি বনোৱা অথবা মেৰামতি কৰা ব্যক্তি |
A woodworker who makes or repairs wooden objects.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
হিন্দুবিশ্বাস অনুসৰি তেওঁ স্বৰ্গৰ স্থপতি৷
acoording to the Hindu belief he is the architect of the gods.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ