ক্ৰমণ
অৰ্থ
1.
চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷
A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
মাটিৰ পৰা ভৰি উঠাই পুণৰ আন এক নতুন স্থানত থৈ, গাটো সেই দিশত আগুৱাই দি কৰা লৰচৰ৷
a movement made by lifting the foot and setting it down again in a new position, advancing the body forwards.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ