ঘঁহা
অৰ্থ
1.
আনৰ দ্বাৰায় পিহা বা ঘৰ্ষণ কৰা
to cause to be rubbed
সক. ধা.
2.
ঘঁহ্; সান্; যেনে-"গছত গা ঘঁহাইছে"
to rub
সক. ধা.
3.
লগালগি কৰি পিছলা বা পিছলোবা কাৰ্য্য; ঘঁহোবা
act of rubbing
বি.
4.
ঘৰ্ষণ কৰা; পিহা
rubbed; grinded
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ