← ফুৰি যাওক

বিশেষক

অৰ্থ

1.

কোনো আকৃতি বা গঢ় যি সঠিকভাৱে চিনাক্তকৰণত সহায় কৰিব পাৰে৷ এটা সুনিৰ্দিষ্ট চিহ্ন৷

A feature that helps to identify, tell apart, or describe recognizably; a distinguishing mark or trait.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

বৰ্ণৰ ওপৰত বা তলত ব্যৱহৃত এটা চিন বা চিহ্ন, যাক ব্যৱহাৰ কৰা আৰু নকৰাৰ ওপৰত ভিত্তি কৰি উচ্চাৰণৰ পাৰ্থক্য হয়।

a sign or symbol that is used above or below a letter to make them defferent in sound when the diacritic is used and when it`s not used.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ