← ফুৰি যাওকঘৰ্মgharmaঅৰ্থ1.ঘাম; তাপৰ কাৰণে গাৰপৰা ওলোবা ৰসperspirationবি.সমাৰ্থক শব্দঘৰ্ম্ম · gharmma2.জহ; তাপheatবি.সমাৰ্থক শব্দঘৰ্ম্ম · gharmmaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ