← ফুৰি যাওক

ফাচ-ফুচ

অৰ্থ

1.

অতি কম শব্দৰে কোৱা, প্ৰায় বুজিব নোৱাৰা কথা৷

the act of speaking in a low voice

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো গুৰুত্ব বা ব্যৱহাৰ যোগ্যতা নথকা কথা ; সঁচা-মিছা বা ভাল-বেয়া বিচাৰ নকৰাকৈ মুখত যি আহে তাকে কয়

refers to a statement or talks having no significance or usefulness; speaking without regard of truth or propriety.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফাচ-ফুচ · অসমীয়া অভিধান