← ফুৰি যাওক

ঘণ্টা

ghaṇṭā

অৰ্থ

1.

টিলিঙা

a bell

2.

আঢ়ৈ ডাঁৰ কাল বি

an hour

3.

ঘট; কলহ; যেনে-"কাষে ঘণ্টা লোবা ৰাধা মূৰত লোবা মলা" (বিয়ানাম)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘণ্টা · অসমীয়া অভিধান