টাটা
অৰ্থ
1.
এজন ব্যক্তিয়ে আন এজনৰ ওচৰৰ পৰা আঁতৰি যোৱা৷
an expression used when a person is parting from another.
ভাৱবোধক অব্যয়
2.
মটৰ-গাড়ীৰ পৰা নিমখৰ লৈকে বিভিন্ন সামগ্ৰী উৎপাদন কৰা এটা বহুমুখী কোম্পানী৷
A group of companies, manufacturing automobiles to salt.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ