← ফুৰি যাওক

ঘঁটা-লৰা

gham̐ṭā-larā

অৰ্থ

1.

বজাৰৰ সময়ত ঘণ্টা বা টিলিঙা যেনেকৈ জোকাৰে, সেইদৰে খঙত কোনো মানুহক ধৰি জোকৰা কাৰ্য্য; যেনে-"তাক অমুকে ঘঁটা-জোকৰা দিলে"

hard shaking

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘঁটা-লৰা · অসমীয়া অভিধান