ঘটা
ghaṭā
অৰ্থ
1.
ঘটুবা; পৰাস্ত কৰা; হৰুবা
to defeat
সক. ধা.
2.
সিদ্ধি কৰ্; হ'বলৈ দি
to cause to happen
সক. ধা.
3.
অৰ্জ্জা; উপাৰ্জ্জন কৰিবলৈ দি; ঘটিবলৈ দি
to cause to be earned
সক. ধা.
4.
বহুত পৰিমাণ; যেনে-"চামৰ মৱদুৰা ঘটা আছে থানে থানে। কালান্তক যম যেন দেখি বিদ্যমানে" (মা., আদিকাণ্ড)
abundance
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ