← ফুৰি যাওক

ঘট্

ghaṭ

অৰ্থ

1.

হৈ উঠ্; হৈ পৰ্; সিদ্ধ হ

to occur; to take place

অক. ধা.

2.

আৰ্জ্জ; উপাৰ্জ্জন কৰ্; শ্ৰম কৰি আয় কৰ্

to earn

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ